Pratidin Time
チャンネル登録者数 257万人
1.5万 回視聴 ・ 215いいね ・ 2025/11/05 にライブ配信
তেওঁ জাতিটোৰ আৱেগ
তেওঁ জাতিটোৰ সাহস
তেওঁ জাতিটোৰ প্রেৰণা
তেওঁ জাতিটোৰ আদৰ্শ
তেওঁ জাতিটোৰ সন্মান
আমি বহুতেই বুজিও নুবুজিলো তেওঁক
আমি বহুতেই চিনিও নিচিনিলো তেওঁক
আমি বহুতেই শিকিও নিশিকিলো তেওঁৰ পৰা
আমি বহুতেই শুনিও নুশুনিলো একো
আমি বহুতেই জানিও নাজানিলো তেওঁক
আচলতে কি নাছিল তেওঁ অসম আৰু অসমীয়াৰ বাবে?
অনুষ্ঠানৰ আৰম্ভণিতে ১১ বছৰ পূৰ্বৰ এটা সাক্ষাৎকাৰৰ কিয়দংশ
জুবিন গাৰ্গে সুধাকণ্ঠৰ সন্দৰ্ভত সেই সাক্ষাৎকাৰত কৈছিল কেইটামান সোণসেৰীয়া শব্দ
চতুৰ্দশ মৃত্যু বাৰ্ষিকীত সুধাকণ্ঠলৈ সশ্রদ্ধ সোঁৱৰণেৰে আমাৰ আজিৰ ‘অভিমত’
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে বিশেষ ‘অভিমত’ | PART 1 #pratidintimelive
コメント
コントロール
設定
使用したサーバー: direct
コメントを取得中...